মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

পুৰস্কাৰ সমূহ

    অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰ সমূহ

    ক্ৰমিক নং পুৰস্কাৰৰ নাম স্থিতি আৰম্ভণিৰ বৰ্ষ পৰ্য্যায়ক্ৰমিক ব্যৱধান
    শ্ৰীমম্ত শংকৰদেৱ বঁটা  ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ১৯৮৬ ৩ বছৰ
    আজান পীৰ বঁটা -ঐ- ২০০৪ ২ বছৰ
    ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা -ঐ- ২০০৫ ২ বছৰ
    চ্যুকাফা বঁটা -ঐ- ২০০৫ ৩ বছৰ
    বীৰ চিলাৰায় বঁটা -ঐ- ২০০৬ ৩ বছৰ
    কৃষ্ণ কান্ত সন্দিকৈ সোঁৱৰণী বঁটা -ঐ- ২০০৬ ২ বছৰ
    মাধৱদেৱ বঁটা -ঐ- ২০০৯ ৩ বছৰ
    কালিচৰণ ব্ৰহ্ম বঁটা -ঐ- ২০০৯ ২ বছৰ
    গোপীনাথ বৰদলৈ বঁটা -ঐ-   ২ বছৰ
    ১০ বিষ্ণু ৰাভা বঁটা ৰাজ্যিক পৰ্য্যায়ৰ ১৯৯৩ বছৰি
    ১১ শিল্পী বঁটা -ঐ- ১৯৯৯ বছৰি
    ১২ ৰাজ্যিক চলচ্চিত্ৰ বঁটা -ঐ- ১৯৯৯ ২ বছৰ
    ১৩ নটসূৰ্য ফণী শৰ্মা বঁটা -ঐ- ২০০৪ বছৰি
    ১৪ অমল প্ৰভা দাস বঁটা -ঐ- ২০০৬ ৩ বছৰ
    ১৫ চন্দ্ৰ প্ৰভা দাস বঁটা -ঐ- ২০০৬ ৩ বছৰ
    ১৬ সাহিত্যচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকা বঁটা -ঐ- ২০০৮ ৩ বছৰ
    ১৭ ডঃ ভৱেন্দ্ৰ নাথ শইকিয়া বঁটা -ঐ- ২০০৯ ৩ বছৰ
    ১৮ অসম ৰত্ন বঁটা -ঐ- ২০০৮ ৩ বছৰ
    ১৯ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা -ঐ- ২০০৯ ৩ বছৰ
    ২০ গণেশ গগৈ বঁটা -ঐ- ২০০৯ ৩ বছৰ
    ২১ মামনি ৰয়চম বঁটা -ঐ- ২০১৩ ৩ বছৰ
    ২২ সতী সাধনী বঁটা -ঐ- ২০১৫ ৩ বছৰ
    ২৩ আহমেদ আলি বাছকান্দি বঁটা -ঐ- ২০১৫ ৩ বছৰ
    ২৪ ছৈয়িদ আব্দুল মালিক বঁটা -ঐ- ২০১৫ ৩ বছৰ
    ২৫ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা -ঐ- ২০১৭  

    পুৰস্কাৰসমূহৰ বিশদ বিৱৰণ

    তালিকাঃ-

    ক্ৰমিক নং বঁটাৰ নাম আৰম্ভণিৰ বৰ্ষ বছৰ ক্ৰমিক নং বঁটা গ্ৰহণকাৰীৰ নাম
    শ্ৰীমম্ত শংকৰদেৱ বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ) ১৯৮৬ ১৯৮৬ কৃৰ্তিনাথ হাজৰিকা
    ১৯৮৭ ডঃ ভূপেন হাজৰিকা
    ১৯৮৮ সত্যজিত ৰয়
    ১৯৮৯ ডঃ মহেশ্বৰ নেওঁগ
    ১৯৯০ ডঃ কপিল বটচয়ন
    ১৯৯১ প্ৰফেছৰ সত্যেন্দ্ৰ নাথ শৰ্মা
    ১৯৯২ প্ৰফেছৰ ৰামচন্দ্ৰ নাৰায়ন দাণ্ডেকাৰ
    ১৯৯৩ সত্য প্ৰসাদ বৰুৱা আৰু গংগুবাই হংগল
    ১৯৯৪ ডঃ মহেন্দ্ৰ বৰা
    ১৯৯৫ ১০ ছৈয়িদ আব্দুল মালিক
    ১৯৯৬ ১১ প্ৰফেছৰ ভৱেশ চন্দ্ৰ চন্যাল
    ১৯৯৭ ১২ গুৰু কোলোচৰণ মহাপাত্ৰ
    ১৯৯৮ ১৩ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া
    ১৯৯৯ ১৪ ওস্তাদ আমজাদ আলি খান
    ২০০০ ১৫ সোণাৰাম চুতীয়া
    ২০০১ ১৬ আচাৰ্য্য ইলাৰাম দাস
    ২০০২ ১৭ ইন্দ্ৰ মিলি
    ২০০৩ ১৮ হবীব তনবীৰ
    ২০০৪ ১৯ নাৰায়ন চন্দ্ৰ গোস্বামী আৰু বেগম পাৰবিন চুলতান
    ২০০৫ ২০ বি. জি. ভৰগিজ
    ২০০৬ ২১ ডঃ কেশবানন্দৱদেৱ গোস্বামী
    ২০০৭ ২২ হোমেন বৰগোঁহাঞি
    ২০০৮ ২৩ শৰ্মিলা ঠাকুৰ
    ২০১১ ২৪ কণকেশ ডেকা
    ২০১৪ ২৫ এম. এল. ভৰতপাণ্ডে
    গোপীনাথ বৰদলৈ বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ) ১৯৯৩   নিকেতু ইৰালু
      শকুন্তলা চৌধুৰী
    অজান পীৰ বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)   ২০০৪ ৰেকিবুদ্দিন আহমেদ
    ২০০৫ হেম ভাই
    ২০০৬ তফজ্জুল আলি
    ২০০৭ ডঃ বীৰেন্দ্ৰ নাথ দত্ত
    ২০০৮ ইমৰান ছাহ
    ২০১৫ অৰুণ শৰ্মা
    ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)   ২০০৫ সুনীল দত্ত
    ২০০৬ শেখৰ গুপ্তা
    ২০০৭ ছাবানা আজমি
    ২০০৮ এম. জে.আকবৰ
    ২০০৯ হেম ভৰালী
    চ্যুকাফা বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)   ২০০৫ নটৱৰ ঠক্কাৰ
    ২০০৬ ৰতন থাইম
    ২০০৭ পদ্ম বৰকটকী
    ২০০৮ ডঃ যোগেন্দ্ৰ নাথ ফুকন
    ২০০৯ ৰংবং তেৰং
    ২০১০ ডঃ পুষ্পা গগৈ
    ২০১১ তাবুৰাম টাইড
    ২০১৪ খগেন্দ্ৰ নাথ শইকীয়া
    বীৰ চিলাৰায় বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)   ২০০৬ শৰত্ চন্দ্ৰ সিংহ
    ২০০৭ কেপ্তেইন জিন্তু গগৈ
    ২০০৮ অম্বিকা চৰণ চৌধুৰী
    কৃষ্ণ কান্ত সন্দিকৈ সোঁৱৰণী বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)   ২০০৮ প্ৰফেছৰ মুকুন্দ মাধৱ শৰ্মা
    ২০১০ ডঃ যোগেন্দ্ৰ নাৰায়ন ভূঞা
    মাধৱদেৱ বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)   ২০০৯ ডঃ লক্ষ্মীনন্দন বৰা
    ২০১৩ প্ৰফেছৰ মৃণাল মিৰি 
    কালিচৰম ব্ৰহ্ম বঁটা (ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ)   ২০০৯ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
      ডঃ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী
    ১০ বিষ্ণু ৰাভা বঁটা (ৰাজ্যিক পৰ্য্যায়ৰ) ১৯৯৩ ১৯৯৩ প্ৰদীপ চলিহা আৰু গুণদা দাস
    ১৯৯৪ কৃষ্ণমূৰ্তি হাজৰিকা, নিৰ্মল চক্ৰৱৰ্তী আৰু খগেন দাস
    ১৯৯৫ গিৰীশ চৌধুৰী, তফজ্জুল আলি, বিবেকানন্দ ভট্টাচাৰ্য্য
    ১৯৯৬ শুভা ব্ৰহ্ম, আব্দুল মজিদ, বীনা দাস মান্না
    ১৯৯৭ মুকুন্দ দাস ভট্টাচাৰ্য্য, প্ৰতিমা পাণ্ডে বৰুৱা, অনুপমা ভট্টাচাৰ্য্য
    ১৯৯৮ মোহন লাল মূখাৰ্জী, গোপাল দাস
    ১৯৯৯ আদ্যা শৰ্মা, অজিত সিংহ
    ২০০০ মাখন প্ৰসাদ দুৱৰা, কেশৱ মহন্ত, প্ৰণৱ বৰুৱা
    ২০০১ গকুল পাঠক, সৰ্বানন্দ মেদক
    ২০০২ ১০ মেদিনী চৌধুৰী, জ্ঞানদা কাকতি
    ২০০৩ ১১ মুহুনি ৰাভা, হেমৰাম নাথ, ৰমেন বৰুৱা
    ২০০৪ ১২ মনোৰঞ্জন লাহাৰী, ব্ৰজ ফুকন
    ২০০৫ ১৩ নীলপৱন বৰুৱা
    ২০০৬ ১৪ হেমাঙ্গীনী বৰদলৈ, বেনু মিশ্ৰা
    ২০০৭ ১৫ গৌৰী বৰ্মন, ইন্দিৰা পি. পি. বৰা
    ২০০৮ ১৬ সৰানন বৰঠাকুৰ, তৈলুক্য দত্ত
    ২০০৯ ১৭ ননী বৰপূজাৰী, দিপালী দাস ভূঞা 
    ২০১০ ১৮ বীৰেন সিংহ, ৰঞ্জনা শৰ্মা বৰদলৈ
    ২০১১ ১৯ শান্তি শংকৰ দাসগুপ্তা, দুৰ্লভ মৰাণ
    ২০১২ ২০ ৰমেশ ঘোষ, জয়া শইকীয়া দুৱৰা
    ২০১৩ ২১ গৰিমা হাজৰিকা, চালেহা আহমেদ
    ২০১৪ ২২ নলিনী কান্ত বৰুৱা, হেলা দাস, আইমণি গগৈ
    ২০১৫ ২৩ কৃষ্ণা দাস নাথ, ৰবি ৰাম ব্ৰহ্ম
    ২০১৬ ২৪ বিপুল দাস, গিৰিশ চন্দ্ৰ বৰা
    ১১ শিল্পী বঁটা (ৰাজ্যিক বঁটা) ১৯৯৯ ১৯৯৯ প্ৰণৱ দাস, ইন্দ্ৰেশ্বৰ পেগু
    ২০০০ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া, যোগেন চেতিয়া
    ২০০১ দিলীপ শৰ্মা, প্ৰফুল্ল বৰা, প্ৰভাত শৰ্মা
    ২০০২ সুদক্ষিণা শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ
    ২০০৩ শৈল্য বৰুৱা,  ডঃ লক্ষ্য হীৰা দাস
    ২০০৪ ভৰত বৰপূজাৰী, নিখিলেশ বৰুৱা
    ২০০৫ ভৱেন ৰায় পাটগিৰি, বীনা ভাগৱতী
    ২০০৬ খগেন মহন্ত, দিলীপ চৌধুৰী
    ২০০৭ গণেশ পেগু, ৰামেশ্বৰ পাঠক
    ২০০৮ ১০ মিনতি খাউন্দ, প্ৰণৱ বৰা
    ২০০৯ ১১ মিহিৰ বৰদলৈ, ইন্দ্ৰেশ্বৰ শৰ্মা
    ২০১০ ১২ দিপালী বৰঠাকুৰ, অৰ্চনা মহন্ত
    ২০১১ ১৩ জিতু শৰ্মা, তপন ভট্টাচাৰ্য্য
    ২০১২ ১৪ অপূৰ্ব কুমাৰ দাস, ডঃ দিলীপ ৰঞ্জন বৰঠাকুৰ
    ২০১৩ ১৫ জ্যোতিৰময় কাকতি,  হীৰেণ গোঁহাই
    ২০১৪ ১৬ নুৰুল হক, ৰাজেশ্বৰ বৰদলৈ
    ২০১৫ ১৭ কীৰ্তি কমল ভূঞা, দীপেন বৰুৱা
    ২০১৬ ১৮ গীতা হাতীকাকতি, অনুপম চৌধুৰী
    ১২ নতসূৰ্য্য ফনী শৰ্মা বঁটা (ৰাজ্যিক বঁটা) ২০০৪ ২০০৪ তুলসী দাস
    ২০০৫ ৰত্না ওজা
    ২০০৬ ধৰণীধৰ চৌধুৰী
    ২০০৭ জ্ঞানদা বৰা, মহানন্দ শৰ্মা
    ২০০৮ বিদ্যা ৰাও নায়াৰ
    ২০০৯ ও. পি. নায়াৰ
    ২০১০ ইন্দ্ৰ বণিয়া
    ২০১১ হাচান শ্বৰীফ আহমেদ
    ২০১২ বিষ্ণু খাৰঘৰীয়া
    ২০১৩ ১০ উদয় শংকৰ শইকীয়া
    ২০১৪ ১১ নিপণ গোস্বামী
    ২০১৫ ১২ ভোলানাথ কলিতা
    ২০১৬ ১৩ ভোলা কাকতি
    ১৩ চন্দ্ৰ প্ৰভা শইকীয়ানী বঁটা (ৰাজ্যিক বঁটা) ২০০৬ ২০০৮ স্বৰ্ণপ্ৰভা মহন্ত
    ২০১০ ডঃ সুখ বৰুৱা
    ২০১৩ মীনাক্ষ ভূঞা
    ১৪ অমলপ্ৰভা দাস  (ৰাজ্যিক বঁটা) ২০০৬ ২০০৮ মীনা আগৰৱাল
    ২০১০ এলি আহমেদ
    ২০১৩ মিলাদৈ মেদক
    ১৫ অসম ৰত্ন বঁটা ২০০৮ ২০০৮ ডঃ ভূপেন হাজৰিকা
    ২০১২ ডঃ মামনি ৰয়চম গোস্বামী
    ২০১৫ ডঃ জিতেন্দ্ৰ নাথ গোস্বামী
    ১৬ সাহিত্যচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকা (ৰাজ্যিক বঁটা) ২০০৮ ২০০৮ অচ্যুত লহকৰ
    ২০০৯ হেমন্ত দত্ত
    ২০১০ ৰতন লহকৰ
    ২০১৫ ধৰণী বৰ্মন
    ১৭ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা (ৰাজ্যিক বঁটা)   ২০০৯ জাহ্নু বৰুৱা
    ২০১০ বিজু ফুকন
    ১৮ বীৰেন্দ্ৰ ভট্টাচাৰ্য্য বঁটা (ৰাজ্যিক বঁটা) ২০০৯ ২০০৯ ৰাধিকা মোহন ভাগৱতী
    ১৯ গণেশ গগৈ বঁটা (ৰাজ্যিক বঁটা) ২০০৯ ২০০৯ হীৰেণ ভট্টাচাৰ্য্য
    ২০১০ অজিত বৰুৱা
    ২০১৫ মহিম বৰা
    ২০ মামনি ৰয়তম গোস্বামী বঁটা (ৰাজ্যিক বঁটা) ২০১৪ ২০১৪ নিৰুপমা বৰগোঁহাই
    ২১ সতী সাধনী বঁটা (ৰাজ্যিক বঁটা) ২০১৫ ২০১৫ ডঃ  নোমল বৰুৱা
    ২২ বাচকান্দি শ্বেইখ আহমেদ আলি (ৰাজ্যিক বঁটা) ২০১৫ ২০১৫ মৌলানা তায়বুৰ,ৰহমান বৰভূঞা
    ২৩ চৈয়দ আব্দুল মালিক বঁটা (ৰাজ্যিক বঁটা) ২০১৫ ২০১৫ লেফটেনেন্ট প্ৰফুল্ল চন্দ্ৰ বৰা
    ২৪ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা ২০১৭ ২০১৭ নৃত্যাচাৰ্য্য যতীন গোস্বামী