I am now accessing as a :

Government Of Assam Department of Cultural Affairs Directorate of Cultural Affairs

আৰ্থিক সাহাৰ্য্যৰ আচঁনি

সাংস্কৃতিক সন্থা আৰু ব্যক্তি বিশেষক ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়, নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ অৰ্থ সাহায্য এই সঞ্চালকালয়ৰ মাধ্যমত আগবঢ়োৱা আচঁনি আছে।

  • বুদ্ধিষ্ট / তিবেতান কলা আৰু সংস্কৃতিৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে অৰ্থ সাহাৰ্য্য
  • সাংস্কৃতিক অনুষ্ঠান সমূহক গৃহ নিৰ্মানৰ বাবে আৰু সঁজুলি কিনিবলৈ অনুদান আচঁনি
  • ব্যৱসায়িক গোট আৰু ব্যক্তি বিশেষক বিশিষ্ট পৰিবেশ্য কলাৰ বাবে আৰ্থিক সাহাৰ্য্য
  • সাংস্কৃতিক অনুষ্ঠানলৈ সাংস্কৃতিক উত্সৱ পালনৰ বাবে অনুদান
  • বিশিষ্ট লেখক, শিল্পী বা আন আন তেনে বিষয়ৰ ব্যক্তি যিবিলাকে দাৰিদ্ৰৰ মাজত আছে আৰু তেনে লোকৰ পৰিয়াল (কেন্দ্ৰীয় শিল্পী পেন্সন)
  • পৰিবেশ্য, কলা লেখক আৰু প্লাষ্টিক কলাৰ বিশিষ্ট ব্যক্তিলৈ জ্যেষ্ঠ/ কনিষ্ঠ ফেলোশ্বিপ
  • নতুন ক্ষেত্ৰৰ বিশিষ্ট শিল্পীসকললৈ জ্যেষ্ঠ/কনিষ্ঠ ফেলোশ্বিপ
  • পৰিবেশ্য কলা, লেখক আৰু দৃশ্য বিষয়ক কলাৰ ক্ষেত্ৰত অতি বিশিষ্ট ব্যক্তিলৈ এমেৰিটাচ ফেলোশ্বিপ
  • ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক সন্থা সমূহলৈ আৰ্থিক সাহাৰ্য্য
  • সাংস্কৃতিক সন্থাসমূহলৈ প্ৰযোজনা আৰু দৰমহাৰ অনুদান
  • পৰিবেশ্য কলাৰ অনুদান আঁচনিৰ অধীনত বয়-বস্তু থোৱা ভঁড়ালৰ অনুদান/আৰ্থিক সাহাৰ্য্য
  • সংগীত নাটক একাডেমী, নতুন দিল্লীৰ আৰ্থিক সাহাৰ্য্য

ওপৰোক্ত আঁচনিসমূহৰ বিষয়ে অনুদানৰ আৰু আবেদনৰ নিয়ম, অনুদান মুকলি কৰিবলৈ নিয়ম আৰু চৰ্তসমূহ, ফেলোশ্বিপ প্ৰদানৰ বাবে কৰিবলগা আবেদনৰ বিশেষ নিয়ম আৰু নিৰ্দেশসমূহ ইত্যাদি নিম্নোক্ত ৱেবছাইটত ডাউনলড কৰিলে পোৱা যাব।

      www.indiaculture.nic.in

      www.sangeetnatak.gov.in