মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

ইতিহাস

  • ১৯৮৭ চনত অসম চৰকাৰে সাংস্কৃতিক বিভাগ বুলি এটা স্বতন্ত্ৰ বিভাগৰ সৃষ্টি কৰে। সাংস্কৃতিক সঞ্চালকালয় বিভাগটো সাংস্কৃতিক বিভাগৰ অধীনস্থ হয়। সকলো ধৰণৰ কলা আৰু সংস্কৃতিক সংৰক্ষণ কৰা কামটো সাংস্কৃতিক সঞ্চালকালয়ৰ বাবে আদেশ প্ৰাপ্ত কাম হয়।

             অসম চৰকাৰৰ ২০০৬ চনৰ জানুৱাৰী তাৰিখৰ অধ্যাদেশ নং CAD 281/2003/23 মৰ্মে কালচাৰেল পলিচীৰ পালন কৰিব লগা কামসমূহ সাংস্কৃতিক বিভাগলৈ আহে।