মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

এন.এল.চি.পি.আৰ. আৰু উত্তৰ-পূব পৰিষদৰ আঁচনিৰ অধীনত

  • ক্ৰমিক নংআঁচনি

    জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ উন্নয়ন আৰু উন্নীতকৰণ

     

    সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ প্ৰকল্প, দোতমা, কোকৰাঝাৰ

     

    বড়োলেণ্ড ইণ্ডিয়া ইনডাই জোনাচ ট্ৰাইবেল আৰ্ট এণ্ড কালচাৰেল কম্প্লেক্স-কাম-ফিল্ম ষ্টুডিঅ’, কঠালগুৰি, কোকৰাঝাৰ

    শংকৰ-মাধৱ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ, লেটেকুপুখুৰী, লখিমপুৰ

     

    বড়ো সাহিত্য সভাৰ সামাজিক-সাহিত্যিক সাংস্কৃতিক প্ৰকল্প, গড়চুক, গুৱাহাটী

     

    মাজুলী নতুন কমলাবাৰী সত্ৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ ফেজ-১

     

    চৰকাৰী চাৰু-কাৰু মহাবিদ্যালয়ৰ নতুন আন্তঃগাঁঠনি নিৰ্মাণ

     

    দেউৰী জনজাতীয় সাংস্কৃতিক প্ৰকল্প স্থাপন, নাৰায়ণপুৰ, লখিমপুৰ

     

    শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ, ঢেকিয়াখোৱা, জিলা- যোৰহাট

     

    ১০

    টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰ, নিজ কদমনি, ডিব্ৰুগড়