মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

সাধাৰণ আঁচনি/ৰাজ্যিক বিশেষ/বিশেষ সাহায্য আঁচনি/মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত

  • (১) শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সাংস্কৃতিক প্ৰকল্প, তিনিচুকীয়া, জিলা – তিনিচুকীয়া

    (২) শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ, নাৰায়ণপুৰ, জিলা – উত্তৰ লখিমপুৰ।

    (৩) মধুপুৰ সত্ৰৰ আন্তঃগাঁঠনিৰ উন্নয়ন, জিলা – কোচবিহাৰ (পশ্চিম বংগ)

    (৪) অসম ৰাজ্যিক চলচ্চিত্ৰ (অৰ্থ আৰু উন্নয়ন) নিগম লিমিটেডৰ ক্ষুদ্ৰ চিত্ৰগৃহ, পাঞ্জাবাৰী, গুৱাহাটী-৩৭, জিলা– কামৰূপ(ম)

    (৫) জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প (JBSP)

                ১. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, শালিকাহাট, জিলা- গোলাঘাট

                ২. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, পাঠশালা, জিলা- বৰপেটা

                ৩. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, চিপাঝাৰ, জিলা- দৰং

                ৪. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, চন্দ্ৰপুৰ, জিলা- কামৰূপ (ম)

                ৫. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, নাহৰকটীয়া, জিলা- ডিব্ৰুগড়

                ৬. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, জয়সিদ্ধি, জিলা- শোণিতপুৰ

                ৭. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, মানকাচৰ, জিলা- দক্ষিণ শালমৰা

                ৮. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, মৰাণ, জিলা- ডিব্ৰুগড়

                ৯. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, বালিপৰা, জিলা- শোণিতপুৰ

                ১০. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, ভেৰগাঁও, জিলা- ওদালগুৰি

                ১১. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, চাঁদপুৰ, সোণাই, জিলা- কাছাৰ

                ১২. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, ডুমডুমা, জিলা- তিনিচুকীয়া

                ১৩. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, ডিমৌ, জিলা- শিৱসাগৰ

                ১৪. জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প, বাৰপূজীয়া, জিলা- মৰিগাঁও