মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

শিল্পী পেন্সন, ফেমিলী পেন্সন, এক্স-গ্ৰেচিয়া গ্ৰাণ্ট

  • “অসমৰ শিল্পী আৰু তেওঁলোকৰ পৰিয়াললৈ দিয়া বিশেষ পেন্সন প্ৰৱৰ্তন কৰা হয়”।

    • অসমৰ শিল্পীসকললৈ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পেন্সন/আৰ্থিক সাহায্য দিয়া হয়।
    • শিল্প কলালৈ অনবদ্য বৰঙণি যোগোৱা শিল্পীৰ দৰিদ্ৰ পৰিয়াললৈ পেন্সন/আৰ্থিক সাহায্য

    ২০১৬-১৭ বৰ্ষৰ শিল্পী পেন্সন, ফেমিলী পেন্সন আৰু এক্স-গ্ৰেচিয়া দিয়াৰ বিৱৰণী

    ক্ৰমিক নংআঁচনিউপভোক্তাৰ সংখ্যাপৰিমাণ

    শিল্পী পেন্সন

    ৭০

    ৮০০০/-প্ৰতি মাহে

     

    এক্স-গ্ৰেচিয়া গ্ৰাণ্ট

    ৫০

    ৫০,০০০/-

     

    মৃত শিল্পীৰ পৰিয়াললৈ এবাৰতে দিয়া আৰ্থিক সাহায্য

    ১৫

    ৮,০০০/-