শিল্পী সকললৈ অসম চৰকাৰে আগবঢ়োৱা পেন্সন আৰু তেওঁলোকৰ পৰিয়াললৈ বিশেষ পেন্সন নিয়মৰ সূচনা কৰা হৈছে।
অসমৰ শিল্পী সকলক ক’লা আৰু সংস্কৃতিৰ পথাৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে স্বীকৃতি দিবলই পেন্সন । আৰ্থিক সকাহ দিয়া হৈছে।
অসমৰ ক’লা আৰু সাংস্কৃতিক খণ্ডত বিশেষ অৱদান আগবঢ়োৱা শিল্পীৰ দুখীয়া পৰিয়াললৈ পেন্সন আৰ্থিক সকাহ দিয়া
২০১৬ - ১৭ৰ শিল্পীৰ পেন্সন , পৰিয়াললৈ পেন্সন , এক্স গ্ৰেচিয়াৰ বিশদ বিৱৰণঃ -
তালিকা
ক্ৰমিক নং | আঁচনি | হিতাধীকাৰীৰ সংখ্যা | পৰিমাণ |
---|---|---|---|
১ | শিল্পী পেন্সন | ৭০ | ৮০০০ টকা (প্ৰতি মাহে) |
২ | কৃপাপূৰ্বক কৃত অনুদান | ৫০ | ৫০,০০০ টকা |
৩ | মৃত শিল্পীৰ পৰিয়ালবৰ্গক এককালীন বিশেষ আৰ্থিক সাহাৰ্য্য | ১৫ | ৫০,০০০ টকা |
Title | Size | Detail |
---|---|---|
Silpi Pension Form_0.pdf | 472.72 KB |