মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকালয়

তালিকাভুক্ত অনুষ্ঠান
ক্ৰমিক নংঅনুষ্ঠানৰ নামতাৰিখ
১জোনাকী মেল- পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বাৰ্ষিকী৭ জুন
২খগেন মহন্তৰ মৃত্যু বাৰ্ষিকী১২ জুন
৩নাটকৰ কৰ্মশালাজুলাই মাহৰ ভিতৰত
৪স্বাধীনতী দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান১৫ আগষ্ট
৫ডঃ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী৮ ছেপ্তেম্বৰ
৬গান্ধী জয়ন্তী২ অক্টোবৰ
৭জয়ন্ত হাজৰিকাৰ মৃত্যু বাৰ্ষিকী১৫ অক্টোবৰ
৮ডঃ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী৫ নৱেম্বৰ
৯নতুন দিল্লীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ লগত সংগতি ৰাখি সাংস্কৃতিক আনুষ্ঠাননৱেম্বৰৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত
১০লাচিত দিৱস৪ নৱেম্বৰ
১১অসম দিৱস২ ডিচেম্বৰ
১২খ্যাতিসম্পন্ন লোক সংগীতৰ গায়ক ৰামেশ্বৰ পাঠকৰ মৃত্যু বাৰ্ষিকী৩ জানুৱাৰী
১৩নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ ছবি২৬ জানুৱাৰী
১৪গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক আনুষ্ঠান২৬ জানুৱাৰী
১৫ৰাজ্যিক চলচ্চিত্ৰ বঁটাপ্ৰত্যেক দুবছৰৰ মুৰে মুৰে